October 30, 2024 12:16 PM
17
কৰিমগঞ্জৰ ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সমীপত বাংলাদেশী নাগৰিকক আটক
অসম আৰক্ষীয়ে কালি আন্তঃৰাষ্ট্ৰীয় সীমান্তত বাংলাদেশী নাগৰিকৰ অনুপ্ৰৱেশৰ এটা চেষ্টা ব্যর্থ কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰিছে। তেওঁ কৈছে যে অনুপ্ৰৱেশৰ বিৰুদ্ধে সদাসতর্ক অসম আৰক্ষীৰ জোৱানে কৰিমগঞ্জ জিলাৰ ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সমীপত এগৰাকী বাংলাদেশী নাগৰিকক আটক কৰি দেশলৈ ঘূৰাই পঠিয়াইছে। সুৰক্ষা বাহিনীয়ে বৈধ নথি অবিহনে ভাৰতীয় ভূভাগত প্ৰৱেশ কৰাৰ পাছত গ্ৰেপ্তাৰ কৰা বাংলাদেশী নাগৰিকজনক মহম্মদ মুস্তাকিন ইছলাম বুলি চিনাক্ত কৰা হৈছে। গ্ৰেপ্তাৰ...