June 13, 2025 12:21 PM

views 22

ৰাজ্যত গ্ৰীষ্মৰ প্ৰকোপ অব্যাহত; কেইবাখনো জিলাত পাৰাস্তম্ভ ৩৮ ডিগ্ৰী চেলছিয়াছ অতিক্ৰম

ৰাজ্যত যোৱা কিছুদিন ধৰি গ্ৰীষ্মৰ প্ৰকোপ অব্যাহত আছে। কালি ডিব্ৰুগড়, যোৰহাট, উত্তৰ লখিমপুৰ আৰু ওদালগুৰি জিলাৰ মাজবাটত পাৰাস্তম্ভই ৩৮ ডিগ্রী চেলছিয়াছ অতিক্রম কৰে। একেদৰে নগাঁও আৰু কামৰূপ জিলাত পাৰাস্তম্ভই ৩৭ দশমিক ৫ ডিগ্রী চেলছিয়াছ অতিক্ৰম কৰে। পাৰাস্তম্ভ বৃদ্ধি পোৱাৰ ফলত জনজীৱন একপ্ৰকাৰ স্থবিৰ হৈ পৰিছে। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ ঠাই বিশেষে উষ্ম আৰু আদ্ৰ বতৰ থাকিব বুলি আগলি বতৰা দিছে। এই সময়ছোৱাত ৰাজ্যকেইখনৰ সৰ্বাধিক তাপ...