ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

February 4, 2025 1:02 PM

ৰাজ্যৰ ১২,৩৭৫খন বিদ্যালয়ত আজি তৃতীয় পৰ্যায়ত গুণোৎসৱ আৰম্ভ

ৰাজ্যৰ ১২ হাজাৰ ৩৭৫ খন বিদ্যালয়ত আজি গুণোৎসৱ ২০২৫ৰ তৃতীয় পৰ্যায় আৰম্ভ হৈছে। ডিব্ৰুগড়, বিশ্বনাথ, দৰং, মৰিগাঁও, বঙাইগাঁও, কাচাৰ, ডিমা হাছাও, গোৱালপাৰা, মাজুলী আৰু নলবাৰীত অহা ৭ ফেব্ৰুৱাৰীল...