February 4, 2025 12:56 PM

views 13

ৰাজ্যত দুটা গ্ৰীন ফিল্ড বিমানবন্দৰ নিৰ্মাণৰ প্ৰস্তাৱ লাভ কেন্দ্ৰীয় অসামৰিক পৰিবহণ মন্ত্ৰ্যালয়ৰ

কেন্দ্ৰীয় অসামৰিক পৰিবহণ মন্ত্ৰ্যালয়ে ৰাজ্যখনত দুটা গ্ৰীন ফিল্ড বিমানবন্দৰ নিৰ্মাণৰ বাবে প্ৰস্তাৱ লাভ কৰিছে। ৰাজ্যসভাত কালি এটা প্ৰশ্নৰ উত্তৰত অসামৰিক বিমান পৰিবহণ ৰাজ্য মন্ত্ৰী মুৰলীধৰ মোহনে এই কথা প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে এতিয়ালৈকে ২১টা গ্ৰীন ফিল্ড বিমানবন্দৰ নিৰ্মাণৰ বাবে অনুমোদন জনাইছে। ইয়াৰে ভিতৰত ১২ টা গ্ৰীন ফিল্ড বিমানবন্দৰ বৰ্তমান কাৰ্যক্ষম হৈ আছে আৰু ৯ টা কাৰ্যক্ষম হ'বলৈ এতিয়াও বাকী আছে। ইয়াৰ উপৰি কাছাৰ আৰু কাৰ্বি আংলঙকে ধৰি দেশৰ ১১টা ভিন্ন স্থানত নতুন ...