September 14, 2024 8:16 PM

views 24

ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি পৰীক্ষাৰ সময়ত ইণ্টাৰনেট সেৱা বন্ধ

কাইলৈ হ'বলগীয়া ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি পৰীক্ষাৰ বাবে প্ৰতিখন জিলা প্ৰশাসনে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে আইন শৃংখলাৰ দিশটোতো গুৰুত্ব আৰোপ কৰিছে। এই অনুসৰি যোৰহাট জিলাত অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ প্ৰথম পৰ্যায়ৰ প্ৰস্তুতিৰ বাবে নিয়োজিত পর্যবেক্ষকে আজি জিলাখনৰ বিভিন্ন পৰীক্ষা কেন্দ্ৰসমূহ পৰিদৰ্শন কৰে। এই সন্দৰ্ভত যোৰহাট আৱৰ্ত ভৱনৰ সভাকক্ষত জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক আৰু জিলা প্ৰশাসনৰ অন্যান্য বিষয়াসকলৰ পৰ্যবেক্ষকগৰাকীৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত পৰীক্ষা কেন্দ্ৰসমূহৰ ...

September 12, 2024 7:56 PM

views 14

তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসনসমূহ প্ৰস্তুতি আৰম্ভ

অহা ১৫ ছেপ্তেম্বৰত অনুষ্ঠিত হ'বলগীয়া অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা বিভিন্ন জিলাত সুকলমে অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসনসমূহ তৎপৰ হোৱাৰ লগতে প্ৰস্তুতি আৰম্ভ কৰিছে। বৰপেটা জিলাত এই পৰীক্ষা নিয়াৰিকৈ সম্পন্ন কৰিবলৈ জিলা প্ৰশাসনে সকলো ধৰণৰ প্ৰস্তুতি অব্যাহত ৰাখিছে। আজি আৰক্ষী প্ৰশাসনৰ লগত জিলা প্ৰশাসনৰ এখন বৈঠক অনুষ্ঠিত হোৱাৰ উপৰি পৰীক্ষা কেন্দ্ৰবোৰো পৰ্যবেক্ষণ কৰা হয়। জিলা আয়ুক্ত আয়ুষ গাৰ্গে কেইবাটাও কেন্দ্ৰ পৰিদৰ্শন কৰি সুৰক্ষা ব্যৱস্থাৰ বুজ লয়। একেদৰে কেইব...

September 10, 2024 12:21 PM

views 24

অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা সুচাৰুৰূপে সম্পন্ন কৰিবলৈ জিলা প্রসাশনৰ যাৱতীয় প্রস্তুতি

ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰিবলগীয়া অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা সুচাৰুৰূপে সম্পন্ন কৰিবলৈ জিলা প্রসাশনসমূহে যাৱতীয় প্রস্তুতি চলাইছে। যোৰহাট জিলাৰ আয়ুক্তগৰাকীয়ে কালি পৰীক্ষা কেন্দ্ৰসমূহৰ নিয়মীয়া পৰিদৰ্শন কৰি সামগ্ৰিক প্ৰস্তুতিৰ বুজ লয়। পৰীক্ষা কেন্দ্ৰ থকা বিদ্যালয়সমূহৰ কৰ্তৃপক্ষৰ সৈতে মত বিনিময় কৰি আয়ুক্তগৰাকীয়ে বিভিন্ন পৰামৰ্শ আগবঢ়ায়। ইপিনে জিলাখনৰ পৰিবহণ বিষয়াগৰাকীয়ে পৰীক্ষাৰ দিনা যাতায়াত ব্যৱস্থা সুচল কৰি ৰখাৰ উদ্দেশ্যে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। চৰাইদেউ জিলাতো ১৫ ছেপ্তেম্বৰ,...