February 16, 2025 12:10 PM

views 18

অসম লোকসেৱা আয়োগৰ অধীনৰ সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ ৫৬৪ গৰাকী প্ৰাৰ্থীক বিভিন্ন বিভাগত ৰাজ্য চৰকাৰৰ নিযুক্তি প্ৰদান

ৰাজ্য চৰকাৰে আজি অসম লোকসেৱা আয়োগৰ অধীনৰ সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ ৫৬৪ গৰাকী প্ৰাৰ্থীক বিভিন্ন বিভাগত নিযুক্তি প্ৰদান কৰিব। আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এটা অনুষ্ঠানত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই নিযুক্তি পত্রসমূহ প্রদান কৰিব। অনুষ্ঠানত জনস্বাস্থ্য কাৰিকৰী বিভাগত সৰ্বাধিক ২৬২ গৰাকী আৰু বিত্ত বিভাগত ৯৬ গৰাকী প্ৰাৰ্থীক নিযুক্তি দিয়া হ'ব। উল্লেখযোগ্য যে অৰ্জুন বঁটাৰে সন্মানিত ধনুর্বিদ জয়ন্ত তালুকদাৰক ৰাজ্য চৰকাৰে উপ- আৰক্ষী অধীক্ষক হিচাপে নিযু...