December 8, 2024 12:07 PM

views 14

২০২৫ বৰ্ষৰ চৰকাৰী বন্ধৰ তালিকা প্ৰকাশ

২০২৫ বৰ্ষৰ চৰকাৰী বন্ধৰ তালিকা প্ৰকাশ কৰা হৈছে। সেই অনুসৰি বছৰটোত মুঠ ৩৬ দিন বন্ধ থকাৰ লগতে চৰকাৰী কৰ্মচাৰীয়ে এদিন অৰ্ধছুটী লাভ কৰিব। ১৪ আৰু ১৫ জানুৱাৰীত মাঘ বিহু আৰু টুছু পূজাৰ বন্ধৰে বছৰটোৰ চৰকাৰী বন্ধ আৰম্ভ হৈ ২৫ ডিচেম্বৰৰ বৰদিনৰ বন্ধৰে সামৰণি পৰিব। আনহাতে ৬ অক্টোবৰত লক্ষ্মীপূজা উপলক্ষে চৰকাৰী কাৰ্যালয়সমূহত অৰ্ধছুটী ঘোষণা কৰা হৈছে। তদুপৰি প্ৰতিমাহৰ দ্বিতীয় আৰু চতুর্থ শনিবাৰে কৰ্মচাৰীয়ে বন্ধ লাভ কৰিব। আলি-আয়ে-লৃগাং উপলক্ষে ১৯ ফেব্ৰুৱাৰীত ধেমাজি, উত্তৰ-লখিমপুৰ, শোণিতপুৰ, তিনিচুকীয়া, ডিব্ৰ...