August 22, 2024 11:50 AM
ৰাজ্যত ইছলামধৰ্মীৰ বিবাহৰ ক্ষেত্ৰত ১৮ বছৰৰ তলৰ কোনো লোকৰে বিবাহ পঞ্জীয়ন নকৰাৰ বিধেয়ক উত্থাপনত অনুমোদন মন্ত্ৰীসভাৰ
অসম মন্ত্রীসভাই ইছলামধৰ্মী লোকসকলৰ বিবাহৰ ক্ষেত্ৰত ১৮ বছৰ বয়সৰ তলৰ কোনো লোকৰে বিবাহ পঞ্জীয়ন নকৰাৰ বাবে এখন বিধেয়ক উত্থাপনত অনুমোদন জনাইছে। ইয়াৰ পূৰ্বে ইছলামধৰ্মী লোকসকলৰ ১৮ বছৰৰ তল...