December 25, 2025 7:21 PM

views 19

ৰাজ্যৰ ১৪ খন জিলাৰ আয়ুক্তৰ সাল-সলনি

ৰাজ্যৰ ১৪ খন জিলাৰ আয়ুক্তৰ সাল-সলনি কৰা হৈছে। সেই অনুসৰি কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত সুমিত চাট্টাৱনক তিনিচুকীয়া জিলাৰ আয়ুক্ত হিচাপে বদলি কৰা হৈছে আৰু তিনিচুকীয়া জিলাৰ আয়ুক্ত স্বপনীল পালক কামৰূপ মহানগৰ জিলাৰ আয়ুক্তৰ দায়িত্ব অর্পণ কৰা হৈছে। আৰণ্যক শ‍ইকীয়াক কাৰ্বি আংলঙৰ জিলা আয়ুক্ত হিচাপে দায়িত্ব দিয়া হৈছে। শিৱসাগৰ জিলা আয়ুক্ত আয়ুষ গাৰ্গক কাছাৰলৈ আৰু কাছাৰৰ জিলা আয়ুক্ত মৃদুল যাদৱক শিৱসাগৰলৈ বদলি কৰা হৈছে। একেদৰে, ধুবুৰীৰ জিলা আয়ুক্ত দিবাকৰ নাথক বঙাইগাঁৱলৈ আৰু বঙাইগাঁৱৰ জিলা আয়ুক্ত ন...

October 19, 2025 12:32 PM

views 33

অসম আৰক্ষীৰ ৩৬ গৰাকী উচ্চ পদস্থ বিষয়াক বদলি

ৰাজ্যৰ গৃহ আৰু ৰাজনৈতিক বিভাগে এটা নির্দেশ যোগে অসম আৰক্ষীৰ ৩৬ গৰাকী উচ্চ পদস্থ বিষয়া বদলি কৰিছে। এই অনুসৰি শ্ৰীভূমিৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পার্থপ্রতীম দাসক কাছাৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক অর্থাৎ এছ এছ পি হিচাপে বদলি কৰা হৈছে। ধুবুৰীৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক লীনা দলেক অনুৰূপ পদত শ্ৰীভূমি জিলালৈ বদলি কৰা হৈছে। কাহিলিপাৰাস্থিত চতুৰ্থ অসম আৰক্ষী বেটেলিয়নৰ কামাণ্ডেণ্ট দেৱাশীষ বৰাক ধুবুৰীৰ এছ এছ পি হিচাপে আৰু কাছাৰৰ এছ এছ পি নোমল মাহাত্তাক কোকৰাঝাৰৰ এছ এছ পি হিচাপে বদলি কৰা হৈছে। কোকৰাঝাৰৰ অনুৰূপ দায...

June 15, 2025 12:23 PM

views 27

ৰাজ্য চৰকাৰৰ প্রশাসনীয় পৰ্যায়ত শীৰ্ষ পদৰ সালসলনি

ৰাজ্য চৰকাৰে কালি এখন অধিসূচনা যোগে শীর্ষ প্রশাসনীয় পৰ্যায়ত পদৰ সালসলনি ঘটাইছে। এই অনুসৰি মুখ্য সচিব ড০ ৰবি কোটাক বাণিজ্য উদ্যোগ, ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ অতিৰিক্ত দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে। অতিৰিক্ত মুখ্য সচিব বি কল্যাণ চক্ৰৱৰ্ত্তীক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অতিৰিক্ত মুখ্য সচিব হিচাপে বদলি কৰা হৈছে। তেওঁ পূৰ্বৰ দৰে দক্ষতা, নিয়োগ, উদ্যমিতা, সাংস্কৃতিক পৰিক্ৰমা, ৰূপান্তৰ আৰু উন্নয়ন বিভাগ তথা চতুৰ্থবৰ্গৰ ৰাজ্যিক নিযুক্তি আয়োগৰ অধ্যক্ষৰ দায়িত্বত থাকিব। একেদৰে পঞ্চায়ত আৰু গ্ৰা...