September 22, 2024 8:36 PM September 22, 2024 8:36 PM

views 3

ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যৰ ধুবুৰী জিলাৰ ভাৰত-বাংলাদেশ সীমান্তত থকা ৰামৰায়কুটি সত্ৰ পৰিদৰ্শন

ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যই আজি এদিনীয়া ভ্ৰমণসূচীৰে ধুবুৰীত উপস্থিত হৈছে। ৰাজ্যপালগৰাকীয়ে প্ৰথমে জিলাখনৰ গোলকগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্তত থকা ৰামৰায়কুটি সত্ৰ পৰিদৰ্শন কৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰতিষ্ঠা কৰা ঐতিহ্যমণ্ডিত সত্ৰখন পৰিদৰ্শন কৰি ৰাজ্যপালগৰাকীয়ে গুৰুজনাৰ আশীৰ্বাদ গ্ৰহণ কৰে। ইয়াৰ পাছত তেওঁ সত্ৰশালৰ ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্ত অঞ্চল পৰিদৰ্শন কৰি সীমান্ত সুৰক্ষা বাহিনীৰ শীৰ্ষ বিষয়াৰ সৈতে মত বিনিময় কৰাৰ লগতে সীমান্তৰ বিভিন্ন সমস্যা তথা নিৰাপত্তা সন্দৰ্ভত আলোচনাত ...