September 22, 2024 12:23 PM

views 43

ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই  এদিনীয়া ভ্ৰমণসূচীৰে ধুবুৰীত উপস্থিত

ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি এদিনীয়া ভ্ৰমণসূচীৰে ধুবুৰীত উপস্থিত হৈছে। ৰাজ্যপালগৰাকীয়ে প্রথমে জিলাখনৰ গোলকগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্তত থকা ৰামৰায়কুটি সত্ৰ পৰিদৰ্শন কৰে। ইয়াৰ পাছত তেওঁ সত্ৰশালৰ ভাৰত-বাংলাদেশ আন্তৰাষ্ট্ৰীয় সীমান্ত অঞ্চল পৰিদৰ্শন কৰি সীমান্ত সুৰক্ষা বাহিনীৰ শীৰ্ষ বিষয়াৰ সৈতে মত বিনিময় কৰাৰ লগতে সীমান্তৰ বিভিন্ন সমস্যা তথা নিৰাপত্তা সন্দৰ্ভত আলোচনাত মিলিত হয়। দিনৰ ভাগত তেওঁ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিসমূহৰ সন্দৰ্ভত এখন প...