September 30, 2025 12:38 PM

views 27

জুবিন গাৰ্গৰ বিয়োগে অসমত অপূৰণীয় শূন্যতাৰ সৃষ্টি কৰিছে বুলি ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যৰ মন্তব্য

ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই কালি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শনৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত জুবিন গাৰ্গৰ বিয়োগে অসমত অপূৰণীয় শূন্যতাৰ সৃষ্টি কৰিছে বুলি মন্তব্য কৰে। তেওঁ কয়, যে এয়া শিল্পীগৰাকীৰ পৰিয়ালৰ বাবে কেৱল নহয়, বৰং সমগ্ৰ ৰাজ্য আৰু দেশৰ বাবে বৃহৎ ক্ষতি। ইপিনে, শিল্পীগৰাকীৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে এজাহাৰ দাখিল কৰাৰ পাছত কালি জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গে এই বিষয়ে সংবাদ মাধ্যমৰ আগত কয়, যে তেওঁ ন্যায় বিচাৰে আৰু তদন্ত প্ৰক্ৰিয়াৰ ওপৰত আস্থা ৰাখিছে। ছিংগাপুৰৰ ৰহস্যজন...