August 26, 2025 8:21 PM August 26, 2025 8:21 PM
3
গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাজ্যিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্যসকলৰ বৈঠক
ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাজ্যিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্যসকলৰ এখন বৈঠক উদ্বোধন কৰে। শিক্ষণ পদ্ধতি, পাঠ্যক্ৰম আৰু মূল্যায়ন প্ৰণালীত পৰিৱৰ্তনকামী সংস্কাৰ, ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ তাৎক্ষণিক আৱশ্যকতা শীর্ষক বিষয়ক আয়োজিত এই বৈঠকত ৰাজ্যপালগৰাকীয়ে ভৱিষ্যমুখী শৈক্ষিক পৰিবেশ গঢ়ি তোলাৰ ওপৰত গুৰুত্ব দিয়ে। বিশ্ববিদ্যালয়ৰ আচাৰ্যৰ্গৰাকীয়ে লগতে শিক্ষা ব্যৱস্থা সুসংহত আৰু উদ্ভাৱনীমূলক কৰি তোলাৰ বাবে আহ্বান জনায়। তেওঁ কয় যে ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ সৈতে সংগত...