October 20, 2025 7:13 PM

views 19

গুৱাহাটীৰ নাৰেংগী সেনা চাউনীত সেনা বাহিনীৰ বিষয়া আৰু জোৱানসকলৰ সৈতে ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যৰ দীপাৱলী উদযাপন

ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই কালী পূজা আৰু পোহৰৰ উৎসৱ দীপাৱলী উপলক্ষে ৰাজ্যৰ জনসাধাৰণৰ প্ৰতি শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে পৰিবেশৰ প্ৰতি লক্ষ্য ৰাখি দায়বদ্ধ মানসিকতাৰে উৎসৱ উদযাপন কৰিবলৈ আহ্বান জনাইছে। এই উপলক্ষে দিয়া এটা বার্তাত তেওঁ কয় যে কালী পূজাই মানুহৰ মনৰ পৰা ভয় আৰু অজ্ঞানতাৰ আন্ধাৰ আঁতৰাই অন্তর্নিহিত শক্তিক জাগ্ৰত কৰাৰ পাঠ দিয়ে। ৰাজ্যপালগৰাকীয়ে সহমর্মিতা, পাৰস্পৰিক সহানুভূতি আৰু সৌহার্দ্য বজাই ৰাখি এই উৎসব উদযাপন কৰিবলৈ আহ্বান জনায়। পোহৰৰ উৎসৱ দীপাৱলীয়ে নিৰাশাৰ বিপৰীতে সত্য, আশা আৰু পোহৰৰ...