January 18, 2026 11:45 AM

views 36

অসম আৰু কাশ্মীৰৰ মাজত ভৌগোলিকভাবে ভালেখিনি ব্যৱধান আছে যদিও ৰাজ্য দুখন সাংস্কৃতিকভাবে সংপৃক্ত হৈ আছে বুলি ৰাজ্যপাল লক্ষ্মণপ্রসাদ আচাৰ্যৰ মন্তব্য

অসম আৰু কাশ্মীৰৰ মাজত ভৌগোলিকভাবে ভালেখিনি ব্যৱধান আছে যদিও ৰাজ্য দুখন সাংস্কৃতিকভাবে সংপৃক্ত হৈ আছে বুলি ৰাজ্যপাল লক্ষ্মণপ্রসাদ আচাৰ্যই মন্তব্য কৰিছে। গুৱাহাটীত কালি এছ এছ বিৰ ১৩ নম্বৰ বেটেলিয়নৰ উদ্যোগত আয়োজিত ভাৰত দৰ্শন ট্যুৰ'ৰ অংশ হিচাপে অসমলৈ অহা কাশ্মীৰ উপত্যকাৰ ২৫ গৰাকী বিদ্যার্থীৰ সৈতে মত বিনিময় কৰি ৰাজ্যপালগৰাকীয়ে এই ভ্রমণত দেশৰ একতাৰ প্ৰতীক বুলি অভিহিত কৰে। বৈচিত্র্যৰ মাজত ঐক্যৰ বিষয়ে আলোকপাত কৰি ৰাজ্যপাল আচাৰ্যই কয়, যে দেশৰ ভিন্ন প্ৰান্তৰ জনসাধাৰণৰ ভাষা, খাদ্যাভাস, সাজ-পোছাক আৰু পৰম্পৰ...