April 25, 2024 5:29 PM

views 15

অসমত দ্বিতীয় পৰ্যায়ত কাইলৈ ৫ টা সমষ্টিৰ বাবে হ’বলগীয়া নিৰ্বাচনত ৬১ গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা

অসমত দ্বিতীয় পৰ্যায়ত কাইলৈ ৫ টা সমষ্টিৰ বাবে হ'বলগীয়া নিৰ্বাচনত ৬১ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। ৰাজ্যত দ্বিতীয় পৰ্যায়ত সামৰি লোৱা সমষ্টিকেইটাৰ ভিতৰত দৰং-ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁও সমষ্টি আছে। বিজেপিৰ হৈ ৰাজ্যৰ পৰিবহণ আৰু আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্য, সাংসদ কৃপানাথ মাল্লা আৰু দিলীপ শ‍ইকীয়া নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে। আনহাতে, কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে নগাঁও আসনৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে। এই পৰ্যায়ত ৭৭ লাখৰো অধিক ভোটদাতাই গণতান্ত্রিক অধিকা...