ডাউনলোড
মোবাইল এপ

android apple
signal

March 31, 2025 12:03 PM

ৰাজ্যত ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ উলহ-মালহেৰে পৱিত্ৰ ঈদ-উল-ফিটৰ উদযাপন

আজি পৱিত্ৰ ঈদ-উল-ফিটৰ। ৰমজান মাহৰ ৰোজাৰ অন্তত ইছলাম ধৰ্মাৱলম্বী লোকসকলে আজি উলহ- মালহেৰে ঈদ উদযাপন কৰিছে। সমূহীয়া নামাজৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মছজিদ আৰু ঈদগাহসমূহ সজাই তোলা হৈছে। ...