July 30, 2024 8:32 PM July 30, 2024 8:32 PM
12
উচ্চ শিক্ষাৰ বাবে অভিনন্দন শিক্ষা ঋণ ৰাজসাহায্য আঁচনি কাৰ্যকৰীকৰণৰ বাবে ৰাজ্যৰ বিত্ত বিভাগৰ জাননী জাৰি
ৰাজ্য চৰকাৰৰ শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ বাবে অভিনন্দন শিক্ষা ঋণ ৰাজসাহায্য আঁচনি কাৰ্যকৰীকৰণৰ বাবে বিত্ত বিভাগে এখন জাননী জাৰি কৰিছে। সেই অনুসৰি ২০২০ চনৰ ১ এপ্ৰিলৰ পৰা ২০২৪ চনৰ ৩১ মাৰ্চপর্যন্ত উচ্চ শিক্ষাৰ ঋণ গ্ৰহণ কৰাসকলৰ উপযুক্ত বিবেচিত এককালীন সাহায্য হিচাপে ৫০ হাজাৰ টকা দিয়া হ'ব। ঋণ লাভ কৰা কোনো শিক্ষার্থীয়ে যদি ঋণ একাউণ্টটো ইতিমধ্যে বন্ধ কৰি দিছে তেনেহ'লে তেওঁলোক এই আঁচনিৰ সুবিধাৰ পৰা বঞ্চিত হ'ব। এই আঁচনিয়ে অসমৰ স্থায়ী বাসিন্দাসকলকহে সামৰি ল'ব অসম বা ৰাজ্যৰ বাহিৰত অধ্যয়নৰত আৰু আৰ বি আইৰ ...