June 5, 2024 11:53 AM June 5, 2024 11:53 AM

views 9

অসমৰ ১৪টা লোকসভা সমষ্টিত বিজেপিৰ ৯খন আসন লাভ

অসমৰ ১৪টা লোকসভা সমষ্টিৰ ভিতৰত বিজেপিয়ে ৯খন আসনত আৰু এন ডি এ মিত্ৰজোঁটৰে অগপই বৰপেটা সমষ্টিত আৰু ইউ পি পি এলে কোকৰাঝাৰ সমষ্টিত জয়লাভ কৰিছে। ইয়াৰ বিপৰীতে কংগ্ৰেছে ৩ খন আসনত কংগ্ৰেছে জয়ী হৈছে। ডিব্ৰুগড় সমষ্টিত বিজেপিৰ সৰ্বানন্দ সোণোৱালে বিৰোধী ঐক্যমঞ্চৰ সমর্থিত অসম জাতীয় পৰিষদৰ লুৰীণজ্যোতি গগৈৰ বিৰুদ্ধে ২ লাখ ৭৯ হাজাৰৰো অধিক ভোটৰ ব্যৱধানত জয়লাভ কৰে। একেদৰে লখিমপুৰ সমষ্টিত প্ৰদান বৰুৱাই কংগ্ৰেছৰ উদয় শংকৰ শ‍ইকীয়াক, কাজিৰঙাত কামাখ্যা প্ৰসাদ তাছাই কংগ্ৰেছৰ ৰ’জলীনা তিৰ্কিক, শিলচৰত পৰিমল শুক্লব...