November 26, 2024 7:45 PM

views 21

ৰাজ্যত সংবিধান দিৱস উপলক্ষে বিশেষ কাৰ্যসূচীৰ আয়োজন

দেশৰ আন আন প্ৰান্তৰ লগতে অসমতো সংবিধান দিৱস উপলক্ষে বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হয়। গুৱাহাটীৰ জনতা ভৱনৰ লোকসেৱা ভৱনত সংসদীয় পৰিক্ৰমা বিভাগৰ উদ্যোগত সংবিধান দিৱস উদযাপন কৰা হয়। অনুষ্ঠানত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেইবাগৰাকীও মন্ত্ৰী তথা বিধায়ক উপস্থিত থাকে। অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে দেশৰ সাৰ্বভৌমত্ব, অখণ্ডতা, ধৰ্মনিৰপেক্ষতা তথা সামগ্ৰিকভাৱে গণতন্ত্ৰৰ মহানতাক অনুধাৱন কৰি গৌৰৱান্বিত বুলি মন্তব্য কৰে । ক্রীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ উদ্যোগত মহানগৰীৰ ফটাশিল আমবাৰীৰ জি এম চি নিউ ক...