April 12, 2025 8:39 PM
অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ৰীতম সিঙক পুনৰ গ্ৰেপ্তাৰ
অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ৰীতম সিঙক মৰিগাঁও আৰক্ষীয়ে জিলা কাৰাগাৰৰ বাহিৰত আজি পুনৰ গ্ৰেপ্তাৰ কৰে। কালি সন্ধিয়া মৰিগাওঁৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে সিঙৰ জামিন মঞ্জুৰ কৰিছিল। জ...