July 7, 2024 11:20 AM July 7, 2024 11:20 AM

views 13

বি টি আৰ প্ৰশাসন, সদৌ বড়ো ছাত্ৰ সন্থাৰ প্ৰতিনিধি আৰু ৰাজ্য চৰকাৰৰ শীৰ্ষ বিষয়াসকলৰ সৈতে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাৰ বৈঠক

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই কালি জনতা ভৱনত বি টি আৰৰ বিভিন্ন বিষয় সম্পর্কে আলোচনা কৰাৰ উদ্দেশ্যে বি টি আৰ প্ৰশাসন, সদৌ বড়ো ছাত্ৰ সন্থাৰ প্ৰতিনিধি আৰু ৰাজ্য চৰকাৰৰ শীৰ্ষ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত ২০২০ বৰ্ষত অসম চৰকাৰৰ সৈতে হোৱা নিষ্পত্তিৰ চুক্তি অনুসৰি বি টি আৰত ৰূপায়ণ হৈ থকা বিভিন্ন প্রকল্প সম্পর্কে আলোচনা কৰা হয়। মুখ্যমন্ত্ৰীয়ে বি টি আৰত নতুন গাঁৱৰ অন্তর্ভুক্তি, প্রাক্তন উগ্ৰপন্থীসকলৰ পুনৰ সংস্থাপন, ডিমা হাচাও আৰু কাৰ্বি আংলং জিলাত বসবাস কৰা বড়োসকলক অনুসূচিত জনজাতি হ...