January 12, 2025 11:42 AM

views 16

ৰাজ্যবাসীক মিলাপ্ৰীতিৰে ভোগালী উৎসৱ পালন কৰিবলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাৰ আহ্বান

ভোগৰ উৎসৱ ভোগালী বিহুলৈ মাজত মাথো আজিৰ দিনটো থকা অৱস্থাত ৰাজ্যজুৰি এতিয়া ভোগালীৰ উছাহ পৰিলক্ষিত হৈছে। সোমবাৰে উৰুকা। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই সমগ্ৰ ৰাজ্যবাসীক মিলাপ্ৰীতিৰে ভোগালী উৎসৱ পালন কৰিবলৈ আহ্বান জনাইছে। কালি গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ত অনুষ্ঠিত এখন ভোগালী মেলাত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিখন বিপণী পৰিদৰ্শন কৰি দৈ, ক্রীম, গুৰ, লাডু-পিঠা আদিৰ সোৱাদ লয়। ভোগালী উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৰাজহুৱা স্থান আৰু পথাৰত ভিন ভিন আৰ্হিৰে ভেলাঘৰ আৰু মেজি প্ৰস...