December 25, 2024 12:35 PM December 25, 2024 12:35 PM

views 2

প্ৰাক্তন প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীৰ জয়ন্তী উপলক্ষে সমগ্র দেশতে সু-শাসন দিৱস পালন

দেশৰ প্ৰাক্তন প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীৰ জয়ন্তী উপলক্ষে আজি সমগ্র দেশতে সু-শাসন দিৱস পালন কৰা হৈছে। এই দিৱসৰ অংশস্বৰূপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মধ্য প্ৰদেশ ভ্ৰমণ কৰি খাজুৰাহোত একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। শ্রীমোদীয়ে ৰাষ্ট্ৰীয় দৃষ্টিভংগী পৰিকল্পনাৰ অধীনত দেশৰ প্ৰথমটো আন্তঃসংযোগ প্রকল্প কেন-বেট্‌া নদী সংযোগী ৰাষ্ট্ৰীয় প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব । ভাৰত ৰত্নৰে সন্মানিত ৰাজনীতিবিদগৰাকীক শ্রদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে অসমতো ৰাজ্য চৰকাৰৰ উদ্যোগত সু-শাসন দিৱসৰ ক...