June 8, 2025 7:04 PM June 8, 2025 7:04 PM
14
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই বিত্ত আৰু কৃষি বিভাগৰ সৈতে তৃতীয় পৰ্যায়ৰ অৰুণোদয় আঁচনিৰ ৰূপায়ণ সন্দৰ্ভত আলোচনা
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি বিত্ত আৰু কৃষি বিভাগৰ সৈতে বৈঠকত মিলিত হৈ তৃতীয় পৰ্যায়ৰ অৰুণোদয় আঁচনিৰ ৰূপায়ণ সন্দৰ্ভত আলোচনা কৰে। ড০ শৰ্মাই এই বৈঠকত ২০২৫-২৬ বৰ্ষত ৰাজ্যসমূহলৈ মূলধনী বিনিয়োগৰ ক্ষেত্ৰত বিশেষ সাহায্য আঁচনিৰ অগ্ৰগতি সম্পৰ্কে বিস্তৃতভাৱে আলোচনা কৰে। আলোচনা কালত চৰকাৰৰ বিভিন্ন বিভাগৰ মাজত সমন্বয় সাধন কৰি জনসাধাৰণক নিৰ্দ্ধাৰিত সময়ত স্বচ্ছ আৰু নিকা ৰূপত আঁচনি ৰূপায়ণত গুৰুত্ব আৰোপ কৰা হয়। এই বৈঠকত ২০২২ বৰ্ষৰ বিত্তীয় ক্ষমতা নীতি সন্দৰ্ভত আলোচনা কৰাৰ লগতে ৰাজ্যৰ আৰক্ষী স...