October 19, 2025 7:17 PM October 19, 2025 7:17 PM

views 17

অসম বিধানসভাত অহা ২৫ নৱেম্বৰত চাহ জনজাতিৰ লোকসকলৰ সুবিধার্থে বিধেয়ক উত্থাপন কৰা হ’ব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ মন্তব্য

যোৰহাট জিলাৰ মৰিয়নি মহাবিদ্যালয় খেলপথাৰত আজিৰে পৰা ৩ দিনীয়াকৈ অসম চাহ জনজাতি ছাত্র সন্থাৰ ২৯ সংখ্যক দ্বিবার্ষিক অধিবেশন আৰু অসম চাহ জনজাতি মহিলা সমিতিৰ কেন্দ্ৰীয় দ্বিবার্ষিক সাধাৰণ অধিবেশন অনুষ্ঠিত হৈছে। অধিবেশনৰ মুকলি সভাত আজি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা উপস্থিত থাকে। ড° শৰ্মাই তেওঁৰ ভাষণত কয় যে অসমৰ জাতীয় জীৱনৰ অন্যতম শক্তিশালী সংগঠন অসম চাহ জনজাতি ছাত্র সন্থাই প্ৰতিষ্ঠা কালৰে পৰা চাহ জনগোষ্ঠী লোকসকলৰ নায্য প্রাপ্তিৰ দাবীৰে সংগ্ৰাম কৰি আহিছে। ছাত্ৰ সন্থাই জনগোষ্ঠীটোক শৈক্ষিক, অৰ্থ...