October 12, 2025 6:57 PM

views 20

ৰাজ্যত মুছলমানৰ জনসংখ্যা ৩৮ শতাংশ বৃদ্ধি হোৱাৰ সমান্তৰালকৈ মাজুলীত এই পৰিসংখ্যা ১০০ শতাংশ বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত  সাংবাদিকক সম্বোধন কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে। তেওঁ কয়, যে দেশত অস্বাভাৱিকহাৰত মুছলমানৰ সংখ্যা বৃদ্ধি হৈছে। ৰাজ্যত মুছলমানৰ জনসংখ্যা ৩৮ শতাংশ বৃদ্ধি হোৱাৰ সমান্তৰালকৈ মাজুলীত এই পৰিসংখ্যা ১০০ শতাংশ। পৰৱৰ্তী লোকপিয়লত এই তথ্য পোহৰলৈ আহিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। একে সময়তে জনজাতিকৰণৰ বিষয়টো সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে চৰকাৰে বিগত তিনি বছৰ ধৰি নিৰন্তৰভাৱে বিষয়টোত কাম কৰি আছে। এই বিষয়সমূহ ২৫ নৱেম্বৰত অসম বিধানসভাৰ ...