January 4, 2026 8:31 AM

views 14

ৰাজ্যত বৰ্তমানলৈকে ১ লাখ ৬০ হাজাৰ বিঘা ভূমি দখলমুক্ত কৰা হৈছে যদিও এতিয়াও ১২ লাখ ভূমি দখলমুক্ত কৰিবলগা আছে বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ

ৰাজ্যত বৰ্তমানলৈকে ১ লাখ ৬০ হাজাৰ বিঘা ভূমি দখলমুক্ত কৰা হৈছে, যদিও এতিয়াও ১২ লাখ ভূমি দখলমুক্ত কৰিবলগা আছে বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। দুধনৈত কালি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কাৰ্যসূচীত অংশ লৈ সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ৰাজ্যৰ প্ৰতিখন জিলাত দখলীকৃত ভূমিৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলিব। নামনি অসমৰ জিলাসমূহত ভালেসংখ্যক অচিনাকী লোক প্ৰৱেশ কৰি থকা বুলি উঠা অভিযোগ সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে চৰকাৰৰ হাতত এতিয়া বহু সু...