July 26, 2025 11:24 AM

views 12

ৰাজ্যত খৰাং পৰিস্থিতি ঘোষণা কৰাৰ বাবে চৰকাৰে প্ৰস্তুতি চলাই আছে বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য

ৰাজ্যত বৰষুণ নহ'লে খৰাং পৰিস্থিতি ঘোষণা কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কালি প্ৰকাশ কৰিছে। বৰষুণৰ অভাৱত খেতি-পথাৰত চিৰাল ফাঁট মেলাত কৃষকে ভুঁই ৰুব নোৱাৰা অৱস্থাৰ সৃষ্টি হোৱা সন্দৰ্ভত কালি সাংবাদিকৰ আগত উল্লেখ কৰি ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী ড° শৰ্মাই কয়, যে ৰাজ্যৰ শেহতীয়া খৰাং পৰিস্থিতি সন্দৰ্ভত চৰকাৰে নজৰ ৰাখিছে। সাধাৰণতে অসমত আগষ্টলৈকে কঠীয়া পাৰিব পাৰি বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, যে যদি বৰষুণ নহয়, তেতিয়াহ'লে চৰকাৰে ৰাজ্যত আনুষ্ঠানিকভাৱে খৰাং পৰিস্থিতি ঘোষণা কৰিব লাগি...