November 2, 2025 11:38 AM November 2, 2025 11:38 AM

views 26

১৭ ডিচেম্বৰৰ পূৰ্বে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্ত প্ৰক্ৰিয়া সম্পূর্ণ হ’ব আৰু সকলো কথা পোহৰলৈ আহিব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ

অহা ১৭ ডিচেম্বৰ অৰ্থাৎ নিৰ্ধাৰিত তাৰিখৰ পূৰ্বে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্ত প্রক্রিয়া সম্পূর্ণ হ'ব আৰু সকলো কথা পোহৰলৈ আহিব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্রকাশ কৰিছে। কালি মৰিগাঁৱত মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ আগত এই বিষয়ে উল্লেখ কৰি কয়, যে ১৭ ডিচেম্বৰ অন্তিম দিন ধার্য কৰা হৈছে যদিও ১০ ডিচেম্বৰৰ ভিতৰতে সম্পূর্ণ ঘটনা ৰাইজৰ সন্মুখলৈ আহিব পৰা যাব। ৰাজ্য চৰকাৰ আৰু অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী গোটে শিল্পীগৰাকীক ন্যায় প্ৰদানৰ বাবে অহৰহ কাম কৰি আছে আৰু বিস্ফোৰক তথ্য লাভকৰা হৈছে বুলিও মুখ্যমন...