February 2, 2025 12:12 PM

views 11

কেন্দ্রীয় বাজেটে ৰাজ্যৰ বিকাশৰ গতি ত্বৰান্বিত কৰাৰ লগতে উদ্যোগীসকলৰ বাবে নতুন সম্ভাৱনা কঢ়িয়াই আনিছেঃ ড০ হিমন্ত বিশ্ব শর্মা

অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই কেন্দ্রীয় বাজেটে ৰাজ্যৰ বিকাশৰ গতি ত্বৰান্বিত কৰাৰ লগতে উদ্যোগীসকলৰ বাবে নতুন সম্ভাৱনা কঢ়িয়াই আনিছে বুলি উল্লেখ কৰে। সামাজিক মাধ্যম যোগে দিয়া এটা পোষ্ট মুখ্যমন্ত্ৰীয়ে জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ পাছত, নামৰূপত প্ৰায় ১৫ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে ১২ লাখ ৭০ হাজাৰ মেট্রিকটন উৎপাদনক্ষম ইউৰিয়া প্ৰকল্প স্থাপনৰ কথা ঘোষণা কৰা হৈছে বুলি উল্লেখ কৰে। প্ৰায় ১০ হাজাৰ কোটি টকাৰ বিনিয়োগেৰে ৰাজ্যত প্রাকৃতিক গেছ ব্যৱহাৰ কৰি সাৰ উৎপাদন কৰাত এই প্ৰকল্পই সহায়...