August 31, 2025 11:22 AM

views 14

বাংলাদেশী অনুপ্রৱেশকাৰীৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰে পূৰ্ণ সমর্থন দিছে বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য

ৰাজ্য চৰকাৰে বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে গ্ৰহণ কৰা ব্যৱস্থা আৰু উচ্ছেদ অভিযানৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ পূৰ্ণ সমর্থন আছে আৰু এইক্ষেত্ৰত কেন্দ্ৰই অসমক সকলো ধৰণে সহায় কৰিব। কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে বিজেপি আৰু অগপৰ পঞ্চায়ত প্ৰতিনিধিৰ সন্মিলনত দিয়া ভাষণত কেন্দ্ৰীয় চৰকাৰৰ এই দৃষ্টিভংগী স্পষ্ট কৰা বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। দিছপুৰত কালি এখন সংবাদমেলত ড০ শৰ্মাই কয়, যে ৰাজ্য চৰকাৰে ১৯৭১ চনৰ পাছত আহি অসমত বাস কৰি থকা অবৈধ বাংলাদেশী আৰু নতুনকৈ অনুপ্ৰৱেশ কৰা ...

June 8, 2025 12:09 PM

views 24

ৰাজ্যত বিদেশী নাগৰিক চিনাক্তকৰণ আৰু বিতাৰণৰ কাম পূৰ্বতকৈ দ্ৰুত হ’ব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ

ৰাজ্যত বিদেশী নাগৰিক চিনাক্তকৰণ আৰু বিতাৰণৰ কাম পূৰ্বতকৈ দ্রুত হ'ব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই প্রকাশ কৰিছে। কালি কেইবাটাও কাৰ্যসূচীৰে নলবাৰী জিলাত উপস্থিত হোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত এই বিষয়ে প্রকাশ কৰে। মুখ্যমন্ত্ৰীয়ে কয়, যে এতিয়াৰে পৰা বিদেশী ন্যায়াধীকৰণৰ আওতালৈ নিয়াৰ পৰিৱৰ্তে পোনপটীয়াকৈ জিলা আয়ুক্তসকলে নির্দেশ যোগে এই লোকসকলক বহিস্কাৰ কৰিব পাৰিব। ইমিগ্ৰেণ্টছ এক্সপেল অৰ্ডাৰ শীৰ্ষক আইনৰ অধীনত এই কাম কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। অৱশ্যে যিসকলৰ আদালতত ...