August 31, 2025 11:22 AM August 31, 2025 11:22 AM
6
বাংলাদেশী অনুপ্রৱেশকাৰীৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰে পূৰ্ণ সমর্থন দিছে বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য
ৰাজ্য চৰকাৰে বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে গ্ৰহণ কৰা ব্যৱস্থা আৰু উচ্ছেদ অভিযানৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ পূৰ্ণ সমর্থন আছে আৰু এইক্ষেত্ৰত কেন্দ্ৰই অসমক সকলো ধৰণে সহায় কৰিব। কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে বিজেপি আৰু অগপৰ পঞ্চায়ত প্ৰতিনিধিৰ সন্মিলনত দিয়া ভাষণত কেন্দ্ৰীয় চৰকাৰৰ এই দৃষ্টিভংগী স্পষ্ট কৰা বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। দিছপুৰত কালি এখন সংবাদমেলত ড০ শৰ্মাই কয়, যে ৰাজ্য চৰকাৰে ১৯৭১ চনৰ পাছত আহি অসমত বাস কৰি থকা অবৈধ বাংলাদেশী আৰু নতুনকৈ অনুপ্ৰৱেশ কৰা ...