December 28, 2025 10:51 AM

views 14

সমাগত বিধানসভা নির্বাচনত অসম গণ পৰিষদ দলৰ সৈতে মিত্রতা সন্দর্ভত বিজেপিয়ে ১৫ ফেব্ৰুৱাৰীৰ পাছতহে সিদ্ধান্ত গ্রহণ কৰিব

সমাগত বিধানসভা নির্বাচনত অসম গণ পৰিষদ দলৰ সৈতে মিত্রতা সন্দর্ভত বিজেপিয়ে ১৫ ফেব্ৰুৱাৰীৰ পাছতহে সিদ্ধান্ত গ্রহণ কৰিব। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই যোৱা নিশা বাজপেয়ী ভৱনত অনুষ্ঠিত দলৰ কৰ্ণধাৰ সমিতিৰ বৈঠকৰ পাছত এই কথা প্রকাশ কৰে। তেওঁ অগপৰ আসন পূৰ্বতকৈ বৃদ্ধি নহয় বুলিও ইঙ্গিত দিয়ে। মুখ্যমন্ত্রীয়ে কয় যে ২০২১ চনৰ নিৰ্বাচনৰ ভিত্তিতে আসন বুজাবুজি হ'ব যদিও ১৫ ফেব্ৰুৱাৰীৰ আগত এই প্রক্রিয়া সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা নাই। অৱশ্যে দলটোৰ সৈতে মিত্ৰতাৰে বিজেপিয়ে নির্বাচন খেলিব বুলি তেওঁ স্পষ্ট কৰি দিয়ে। ইপ...