January 22, 2025 12:36 PM

views 14

অসমত ২০৩০ চনৰ ভিতৰত ৩ হাজাৰ মেগাৱাট নিকা শক্তি উৎপাদনৰ লক্ষ্যঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

অসমে ২০৩০ চনৰ ভিতৰত ৩ হাজাৰ মেগাৱাট নিকা শক্তি উৎপাদন কৰাৰ লক্ষ্য স্থিৰ কৰিছে। দক্ষিণ কোৰিয়া ভ্ৰমণৰ কালি অন্তিম দিনা ছিউলত দেশখনৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ তথা ষ্টার্ট আপ মন্ত্ৰী ইয়ং জুক সাক্ষাৎ কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে প্ৰকাশ কৰে। সাক্ষাৎকালত মুখ্যমন্ত্ৰীগৰাকীয়ে দক্ষিণ কোৰিয়াৰ সৈতে পাৰস্পৰিক সম্পৰ্ক বৃদ্ধিৰ বিভিন্ন দিশ আৰু অসম তথা কোৰিয়াৰ ষ্টাৰ্ট আপ গোটসমূহৰ মাজত সহযোগিতাৰ বিষয় লৈ আলোচনা কৰে। পাছত তেওঁ দক্ষিণ কোৰিয়াৰ চিলিকন ভেলী হিচাপে খ্যাত পাংগিঅ' ষ্টাৰ্ট আপ চ...