October 5, 2025 11:51 AM

views 30

বিশ্বনাথৰ অসম-অৰুণাচল সীমান্তৰ পাভৈত পঞ্চম অসম কমাণ্ডো বেটেলিয়নৰ শিবিৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি বিশ্বনাথৰ অসম-অৰুণাচল সীমান্তৰ পাভৈত পঞ্চম অসম কমাণ্ডো বেটেলিয়নৰ শিবিৰ মুকলি কৰে। ২০২২ চনত মুখ্যমন্ত্ৰীয়ে এই শিবিৰৰ আধাৰশিলা স্থাপন কৰিছিল। অসম আৰক্ষীৰ কামাণ্ডো বেটেলিয়নক অধিক সক্ৰিয় কৰিবলৈ ৰাজ্যৰ পাঁচখন জিলাত এনেধৰণৰ শিবিৰ স্থাপন কৰিবলৈ লোৱা সিদ্ধান্তমর্মে বিশ্বনাথ জিলাত এই শিবিৰ মুকলি কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে কয়। ৪০০ গৰাকী বেটেলিয়ন থাকিব পৰাকৈ এই অত্যাধুনিক শিবিৰটোত ভালেমান সা-সুবিধা ৰখা হৈছে। ২১৮ বিঘা ভূমিত ১৭৭ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মা...