June 12, 2025 9:32 PM

views 16

শুৱালকুছিৰ মেগা হেণ্ডলুম ক্লাষ্টাৰৰ অগ্ৰগতিৰ বুজ লয় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি শুৱালকুছিৰ মেগা হেণ্ডলুম ক্লাষ্টাৰৰ অগ্ৰগতিৰ বুজ লয় আৰু দুগ্ধ পালকসকলক পাঁচ টকা ৰাজ সাহায্য প্রদানকে ধৰি বিভিন্নি বিষয়লৈ আলোচনা কৰে। তেওঁ লগতে হস্ততাঁত আৰু দুগ্ধ খণ্ডৰ জৰিয়তে আত্মনিৰ্ভৰশীলতা সুনিশ্চিত কৰাৰ বাবে দুয়োখন আঁচনি অতি গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰে। আঁচনি দুখন নিৰ্দিষ্ট সময়ৰ ভিতৰত সফলভাৱে ৰূপায়ণ কৰাতো নিশ্চিত কৰিবলৈ বিষয়াসকলক তেওঁ নির্দেশ দিয়ে।