September 18, 2024 6:56 PM

views 24

ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ বাবে ৰাজনৈতিক দলৰ তৎপৰতা বৃদ্ধি

ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিৰ উপ নির্বাচনৰ পৰিপ্ৰেক্ষিত চিৰাং জিলাত ৰাজনৈতিক দলসমূহৰ তৎপৰতা বৃদ্ধি পাইছে। ছিদলী বিধানসভা সমষ্টিত উপ নির্বাচনৰ বাবে আজি জিলাখনৰ ঢালিগাঁৱত থকা শোধনাগাৰৰ প্ৰেক্ষাগৃহত বিজেপি, ইউ পি পি এল আৰু অগৰ মিত্ৰজোঁটৰ এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা, কেবিনেট মন্ত্রী অশোক সিংঘল, জয়ন্ত মল্লবৰুৱা, উৰ্খাও গৌৰা ব্ৰহ্মৰ লগতে ইউ পি পি এলৰ সভাপতি তথা বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়ো, অগপ সাংসদ ফণীভূষণ চৌধুৰী, ইউ পি পি এল সাংসদ ৰণগৌৰা নাৰ্জাৰী, জয়...