October 16, 2025 8:22 PM October 16, 2025 8:22 PM
18
শিল্পী জুবিন গাৰ্গৰ স্থায়ী সমাধি নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰৰ পদক্ষেপ
ৰাজ্য চৰকাৰে শিল্পী জুবিন গাৰ্গৰ স্থায়ী সমাধি নিৰ্মাণৰ বাবে পদক্ষেপ লৈছে। লোকনির্মাণ বিভাগক সমাধি প্রকল্প নিৰ্মাণৰ দায়িত্ব অর্পণ কৰা হৈছে। দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰে। এখন বিশেষ সমিতিয়ে সমাধি প্ৰকল্পত অনুমোদন জনাব বুলি উল্লেখ কৰি তেওঁ কয়, যে এই সমিতিত শিল্পীগৰাকীৰ পত্নী গৰিমা গাৰ্গ প্ৰমুখ্যে ১১ জন ব্যক্তি আছে। ইপিনে জুবিন গাৰ্গৰ মৃত্যুৰ বিচাৰ প্ৰক্ৰিয়া ফাষ্টট্ৰেক আদালতত চলিব বুলি মুখ...