May 11, 2025 11:26 AM
গুৱাহাটী মহানগৰীত পাইপযোগে প্রাকৃতিক গেছ যোগানৰ অভিলাষী প্রকল্প উদ্বোধন
গুৱাহাটী মহানগৰবাসীৰ পৰা এতিয়াৰে পৰা পাইপ যোগে প্রাকৃতিক গেছ সুলভ হ'ব। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি লোকসেৱা ভৱনত আয়োজিত এটা অনুষ্ঠানত গুৱাহাটী মহানগৰীত পাইপযোগে প্রাকৃতিক...