May 11, 2025 11:26 AM May 11, 2025 11:26 AM

views 3

গুৱাহাটী মহানগৰীত পাইপযোগে প্রাকৃতিক গেছ যোগানৰ  অভিলাষী প্রকল্প উদ্বোধন

গুৱাহাটী মহানগৰবাসীৰ পৰা এতিয়াৰে পৰা পাইপ যোগে প্রাকৃতিক গেছ সুলভ হ'ব। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি লোকসেৱা ভৱনত আয়োজিত এটা অনুষ্ঠানত গুৱাহাটী মহানগৰীত পাইপযোগে প্রাকৃতিক গেছ যোগানৰ এই অভিলাষী প্রকল্প আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। এই প্ৰকল্পৰ প্ৰথম পৰ্যায়ত গীতানগৰ অঞ্চলৰ ১০১টা পৰিয়ালক সামৰি লোৱা হৈছে। মুখ্যমন্ত্ৰীয়ে কালিব অনুষ্ঠানতেই শিলচৰত বৰাক উপত্যকাৰ প্ৰথমটো চি এন জি ষ্টেচন উদ্বোধন কৰাৰ লগতে হাজো, শুৱালকুছি, ৰঙিয়া আৰু বাইহাটা চাৰিআলিত পাইপযোগে গেছ যোগানৰ প্ৰাৰম্ভিক কামো আৰম্ভ...

May 11, 2025 11:20 AM May 11, 2025 11:20 AM

views 7

শান্তি, সমন্বয় আৰু উন্নয়ন বৰ্তমান ৰাজ্য চৰকাৰখনৰ সাফল্যৰ তিনিটা অন্যতম স্তম্ভ বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ প্রকাশ

শান্তি, সমন্বয় আৰু উন্নয়ন বৰ্তমান ৰাজ্য চৰকাৰখনৰ সাফল্যৰ তিনিটা অন্যতম স্তম্ভ বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই প্রকাশ কৰিছে। মুখ্যমন্ত্ৰী ড° শৰ্মা নেতৃত্বাধীন চৰকাৰৰ চতুর্থ বর্ষপূর্তি উপলক্ষে কালি মুখ্যমন্ত্ৰীগৰাকীয়ে এখন সংবাদমেলত বিগত ৪টা বছৰত এই তিনিটা বিষয় অতি গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, এই সময়ছোৱাত ৰাজ্যখনত কোনো অশান্তিকৰ পৰিৱেশৰ সূচনা হোৱা নাই। ৰাজ্যৰ জনগোষ্ঠীয় লোকসকলৰ মাজত সমন্বয় দেখা গৈছে। পাহাৰীয়া জিলা দুখনত শান্তি বিৰাজ কৰাৰ লগতে এই সময়ছোৱাত...