May 16, 2025 11:36 AM

views 19

ৰাজ্যৰ উৎপাদিত সামগ্ৰী বিশ্বৰ বিভিন্ন দেশলৈ ৰপ্তানিৰ ক্ষেত্ৰত অভূতপূৰ্ব সফলতা অৰ্জনঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

অসমে আদা, লিচু, মাটিকঁঠাল, কাজি নেমু, ৰঙালাউ, জহা চাউলকে ধৰি ৰাজ্যত উৎপাদিত সামগ্ৰী বিশ্বৰ বিভিন্ন দেশলৈ ৰপ্তানি কৰাৰ ক্ষেত্ৰত অভূতপূৰ্ব সফলতা অৰ্জন কৰিছে। ২০২৪-২৫ বিত্তীয় বৰ্ষত কাৰ্বি আংলঙৰ খেতিয়কে উৎপাদন কৰা ১০ মেট্রিক টন আদা কাটাৰ আৰু ওমানলৈ ৰপ্তানি কৰা হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি কেন্দ্ৰীয় চৰকাৰৰ তথ্যৰ জেৰ টানি এই কথা সদৰি কৰে। লণ্ডনৰ বজাৰত তেজপুৰৰ লিচু, কাজি নেমুৱে বিশেষ স্থান দখল কৰা বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি ৰাজ্যত উৎপাদিত জৈৱিক স...