June 15, 2025 12:07 PM June 15, 2025 12:07 PM

views 5

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ ডিব্ৰুগড়ৰ জেইল ৰোডত চিটী হাস্পটালৰ আধাৰশিলা স্থাপন

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি ডিব্ৰুগড়ৰ জেইল ৰোডত অসম চিকিৎসা মহাবিদ্যালয় হাস্পটালৰ অন্তর্গত চিটী হাস্পতালৰ আধাৰশিলা স্থাপন কৰে। বিশ্ব বেংকৰ সাহায্য প্রাপ্ত এছিষ্ট প্ৰকল্পৰ অধীনত ২০৬ কোটি টকা ব্যয় সাপেক্ষে ২৮, ৮৪৪ বৰ্গ মিটাৰ এলেকাজুৰি এই হাস্পতালখন নিৰ্মাণ কৰা হ'ব।ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী ড০ শর্মাই ডিব্ৰুগড়স্থিত মুখ্যমন্ত্ৰীৰ সচিবালয়ত ধেমাজি জিলাৰ চিচিবৰ গাঁও বিধানসভা সমষ্টিৰ সামগ্রিক উন্নয়নৰ লক্ষ্যৰে সমষ্টিটোত ৰূপায়ণ হৈ থকা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিৰ অগ্ৰগতিৰ...