September 29, 2024 11:17 AM

views 10

অসমৰ ৭০ শতাংশৰো অধিক লোকৰ খাদ্য সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে ৰাজ্য চৰকাৰে, খাদ্য সুৰক্ষা কাৰ্যসূচী ত্বৰান্বিত কৰাৰ অভিযান অব্যাহত ৰাখিছেঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মা

অসমৰ ৭০ শতাংশৰো অধিক লোকৰ খাদ্য সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে ৰাজ্য চৰকাৰে, খাদ্য সুৰক্ষা কাৰ্যসূচী ত্বৰান্বিত কৰাৰ অভিযান অব্যাহত ৰাখিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমৰ এটা পোষ্টত এই বিষয়ে প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে, ৰাজ্য চৰকাৰে মুঠ জনসংখ্যাৰ ৭০ শতাংশতকৈ অধিক লোকৰ পুষ্টিৰ দিশত গুৰুত্ব আৰোপ কৰি এই অভিযান অব্যাহত ৰাখিছে। চলিত বৰ্ষৰ জানুৱাৰীত ৪২ লাখতকৈ অধিক হিতাধিকাৰী অন্তৰ্ভুক্তিৰে অসমত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন ২০১৩ৰ অধীনত নিৰ্ধাৰিত হিতাধিকাৰীৰ সংখ্যা ২ কোটি ৯১ লাখ ৮৯ হাজা...