November 23, 2025 11:41 AM

views 29

ৰাজ্য চৰকাৰে নিযুত মইনা আঁচনিৰ আর্হিত ল’ৰাসকলৰ বাবেও জানুৱাৰীৰ পৰা এখন নতুন আঁচনি আৰম্ভ কৰাৰ বিষয়ে চিন্তা-চর্চা কৰি আছে বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ প্রকাশ

ৰাজ্য চৰকাৰে নিযুত মইনা আঁচনিৰ আর্হিত ল'ৰাসকলৰ বাবেও জানুৱাৰীৰ পৰা এখন নতুন আঁচনি আৰম্ভ কৰাৰ বিষয়ে চিন্তা-চর্চা কৰি আছে বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্রকাশ কৰিছে। কালি মহিলা উদ্যমিতা আঁচনিৰ অধীনত বঙাইগাঁও জিলাৰ অভয়াপুৰী বিধানসভা সমষ্টিৰ ২৩,৯৪৯ গৰাকী হিতাধিকাৰীলৈ ১০ হাজাৰ টকাকৈ চেক বিতৰণ কৰি মুখ্যমন্ত্রীগৰাকীয়ে এইদবে মন্তব্য কবে। ড০ শর্মাই কয়, যে বাজ্য চৰকাৰে মহিলাসকলৰ কল্যাণৰ বাবে গ্রহণ কৰা লাখপতি বাইদেউ, অৰুণোদয়ৰ দৰে আঁচনিসমূহৰ সুফল স্বৰূপে বর্তমান সমাজত মহিলাৰ সন্মান বৃদ্ধি পাইছে। ...