August 27, 2025 12:20 PM

views 25

দুৰ্গা পূজাৰ সময়তো ধুবুৰীত শ্বুট এট ছাইট নির্দেশনা বাহাল থাকিব : মুখ্যমন্ত্রী

দুৰ্গা পূজাৰ সময়তো ধুবুৰীত শ্বুট এট ছাইট নির্দেশনা বাহাল থাকিব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। পৰিস্থিতি সাপেক্ষে ধুবুৰীত অতি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও তেওঁ প্ৰকাশ কৰিছে। কালি পৰ্বতঝোৰাত বিটিচি নিৰ্বাচনৰ প্ৰচাৰ সভাত অংশগ্ৰহণ কৰাৰ পাছত মুখ্যমন্ত্ৰী ড০ শৰ্মাই সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰিছে। উচ্ছেদ অভিযানে বনাঞ্চলসমূহ ৰক্ষা কৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয়, যে সকলো মানুহে বনাঞ্চল দখল কৰিব নালাগে বুলি বুজি পোৱা উচিত। বনাঞ্চলত আইন সংগতভাৱে কোনো মানুহে ...