December 15, 2024 7:41 PM

views 13

স্মার্ট মিটাৰ ব্যৱহাৰৰ জৰিয়তে বিগত ৯ মাহত প্রায় ৩৩ কোটি টকা ৰাহি হোৱা বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য

স্মার্ট মিটাৰ ব্যৱহাৰৰ জৰিয়তে বিগত ৯ মাহত প্রায় ৩৩ কোটি টকা ৰাহি হোৱা বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰিছে। তেওঁ কয়, যে ৰাজ্যৰ চৰকাৰী কাৰ্যালয়সমূহত স্মার্ট মিটাৰ ব্যৱহাৰ কৰা হৈছে। এই মিটাৰত থকা ব্যৱস্থা অনুযায়ী সন্ধিয়া ৬ৰ পৰা ৭ বজাৰ ভিতৰত স্বয়ংক্রিয়ভাৱে বৈদ্যুতিক সা-সৰঞ্জামসমূহৰ সংযোগ বিচ্ছিন্ন হয়। ৰাজ্যৰ বিদ্যালয়সমূহতো শীঘ্ৰেই এই ব্যৱস্থা প্ৰৱৰ্তনৰ জৰিয়তে বিয়লি ৪ বজাত বৈদ্যুতিক সা-সৰঞ্জামসমূহৰ সংযোগ স্বয়ংক্রিয়ভাৱে বিচ্ছিন্ন হৈ যাব বুলি তেওঁ প্ৰকাশ কৰে। মন্ত্ৰী-বিধায়কস...