July 6, 2025 7:07 PM

views 32

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বড়োলেণ্ড স্পীকছ ফ্রম ভীজন টু এক্সন শীৰ্ষক অনুষ্ঠানত অংশগ্ৰহণ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি বিয়লি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বড়োলেণ্ড স্পীকছ ফ্রম ভীজন টু এক্সন শীৰ্ষক এটা অনুষ্ঠানত অংশগ্ৰহণ কৰে। বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৰ উপস্থিতিত এই অনুষ্ঠানতে মুখ্যমন্ত্রী ড০ শর্মাই ট্রেন্সফর্মিং বড়োলেণ্ড শীর্ষক এখন গ্রন্থও উন্মোচন কৰে। অনুষ্ঠানত বক্তব্য আগবঢ়াই বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োই কয়, যে বড়োলেণ্ডত এতিয়া পূৰ্বৰ পৰিৱেশ নাই। ড০ শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰে পৰা সমগ্ৰ ৰাজ্য তথা বড়োলেণ্ডলৈ শান্তি ঘূৰি...