July 20, 2025 6:57 PM

views 23

ৰাজ্যৰ দুগ্ধ প্ৰ-সংস্কৰণ প্ৰকল্পত গাখীৰ যোগান ধৰা গো-পালকসকললৈ ৰাজ সাহায্য প্রদান কাৰ্যসূচীৰ শুভাৰম্ভণি

ৰাজ্যৰ দুগ্ধ প্ৰ-সংস্কৰণ প্ৰকল্পত গাখীৰ যোগান ধৰা গো-পালকসকললৈ ৰাজ সাহায্য প্রদান কাৰ্যসূচীৰ আজি শুভাৰম্ভণি কৰা হয়। গুৱাহাটীৰ পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে পশু পালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পাল আৰু সমবায় মন্ত্রী যোগেন মহন উপস্থিত থাকে। একেদৰে আজি পাঞ্জাবাৰীৰ পূৰবী ডেইৰীৰ চৌহদত দুগ্ধ সমবায় সমিতিখনৰ সম্প্ৰসাৰণৰ ভূমিপূজন কৰা হয়। উল্লেখযোগ্য যে দুগ্ধ প্ৰ-স...