January 14, 2025 7:40 PM

views 24

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই দক্ষিণ কামৰূপৰ ৰাণী চাপৰিৰ কৃষি ক্ষেত্ৰ পৰিদৰ্শন কৰি কৃষকসকলৰ বিভিন্ন সমস্যাৰ বুজ লয়

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি মাঘবিহুৰ দিনা কেইবাটাও কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীয়ে দক্ষিণ কামৰূপৰ ৰাণী চাপৰিৰ বিস্তীর্ণ শস্য ক্ষেত্ৰ পৰিদৰ্শন কৰি কৃষকসকলৰ বিভিন্ন সমস্যাৰ বুজ লয়। ৰাণী চাপৰিৰ কৃষকসকলৰ সৈতে মত বিনিময় কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই চাপৰিটোৰ যুৱ সমাজে আত্ম-নিৰ্ভৰ কৃষিৰ জৰিয়তে কৃষি খণ্ডৰ বজাৰত প্ৰভাৱ পেলাবলৈ সাজু হৈ উঠা বুলি মন্তব্য কৰে। মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা অনুসৰি, অঞ্চলটোত যুৱ কৃষকসকলে জৈৱিক পদ্ধতিৰে ৭০০ হেক্টৰতকৈও অধিক চাপৰিৰ মাটিত  শস্য উৎপাদন কৰিছে। ই...